🧾 গোহাঁই দা হোটেল – মূল্য তালিকা

অৱস্থান: বিএচএনএল অফিচৰ কাষত, গোলাঘাট

🍛 মূল থালি (সকলো ₹৮০)

আইটেমমূল্য
✅ নিৰামিষ ভাত₹৮০
🐖 গাহৰি মাংস ভাত₹৮০
🐟 মাছ ভাত₹৮০
🐐 ছাগলী মাংস ভাত₹৮০
🦆 হাঁহ মাংস ভাত₹৮০
🍗 ব্ৰইলাৰ মাংস ভাত₹৮০
🐓 লোকেল মুৰ্গী মাংস ভাত₹৮০

🍲 সৰু আইটেম (প্ৰতি আইটেম ₹২০)

আইটেমমূল্য
🐟 মাছৰ কণি₹২০
🐐 ছাগলী চুচতা₹২০
🐖 কুট কুটি₹২০
🦆 হাঁহৰ লিভাৰ₹২০